১৯৩২ চনৰ পৰা ১৯৩৫ চনলৈ মাধুৰী আঁহতৰ বিহুৰ পৰিচালক আছিল খৰঙী বৰুৱাৰ বংশধৰ হেমধৰ বৰুৱা, ১৯৩৬ চনৰ পৰা ১৯৩৮ চনলৈ লোকনাথ শ‍ইকীয়া, ১৯৩৯ চনৰ পৰা ১৯৪২ চনলৈ ৰবিচন্দ্ৰ হাজৰিকা, ১৯৪৩ চনৰ পৰা ১৯৪৮ চনলৈ লোকনাথ শ‍ইকীয়া, ১৯৪৯ চনৰ পৰা ১৯৫০ চনলৈ লৱকান্ত গোস্বামী। ১৯৫১ চনৰ পৰা সভাপতি, সম্পাদক বাচনি হ’ল। ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈ সভাপতি আছিল অবিভক্ত দৰং জিলাৰ নামকৰা কৃষ্ণ ভাৱৰীয়া সত্ৰীয়া সাধক লৱকান্ত গোস্বামী। সম্পাদকসকল ক্রমে পোৱাল বৰুৱা, কমলাকান্ত ভাগৱতী, গুণ শ‍ইকীয়া, খগেস্বৰ চেলেং। ১৯৫৬ চনত চতিয়া ৰায়ত সভাই ২৫/০২/১৯৫৬ চনত বহা এক কাৰ্যকৰী সভাত বিহুক অতি উলহ-মালহৰে উদ্যাপন কৰাৰ বাবে এটি প্ৰস্তাৱ গ্ৰহণ কৰে। এইবাৰ ৰায়ত সভাই ৰাইজক গোহাৰি জনাইছে বিহুৰ পৰিষৰ বৃদ্ধি হ’ব লাগে। ১৯৫৬ চনৰ পৰা মাধুৰী আঁহতৰ তলৰ মুকলি বিহুত এক উদযাপন সমিতি গঠন কৰাৰ পৰম্পৰা আৰম্ভ হ’ল।

চন সভাপতি সম্পাদক
১৯৫৬
গজেন হাজৰিকা
নাৰায়ণ শ‍ইকীয়া
১৯৫৭
ভৱ বৰা
নাৰায়ণ শ‍ইকীয়া, ভৱ বৰমুদৈ
১৯৫৮
মালৌ গাঁওবুঢ়া
নাৰায়ণ শ‍ইকীয়া, ভৱ বৰমুদৈ
১৯৫৯
দিনাই শ‍ইকীয়া
কেশধৰ শ‍ইকীয়া
১৯৬০
আচকৰণ মল
যোগেন শ‍ইকীয়া, ভৱ বৰমুদৈ
১৯৬১
ডিম্বেশ্বৰ মহন্ত
খগেন হাজৰিকা
১৯৬২
ৰামপদ বৰা
ৰবীন শ‍ইকীয়া
১৯৬৩
গহন চন্দ্ৰ শ‍ইকীয়া
অৰবিন্দ কলিতা
১৯৬৪
নাৰায়ণ শ‍ইকীয়া
ৰবীন বৰা
১৯৬৫
নাৰায়ণ শ‍ইকীয়া
ৰবীন বৰা
১৯৬৬
চুৰেণ হাজৰিকা
হিমেশ্বৰ শ‍ইকীয়া
১৯৬৭
গোলাপ কটকী
প্ৰদীপ বৰা
১৯৬৮
নাৰায়ণ শ‍ইকীয়া
উত্তম মহন্ত
১৯৬৯
সন্তৰাম হাজৰিকা
জগত শ‍ইকীয়া
১৯৭০
চুচেন কলিতা
চুৰেণ হাজৰিকা, মিনাৰাম বৰমুদৈ
১৯৭১
ভূষণ মহন্ত
ভবেন হাজৰিকা, ভৱ বৰমুদৈ
১৯৭২
ধনেশ্বৰ বৰুৱা
বিচিত্ৰ মহন্ত, প্রভাত বৰা
১৯৭৩
কেশৱ ভূঞা
মুহিৰাম বৰকাকতী
১৯৭৪
প্রভাত বৰা
বিদ্যা শ‍ইকীয়া
১৯৭৫
কেশৱ ভূঞা
তিলেশ্বৰ হাজৰিকা, প্ৰদীপ শ‍ইকীয়া
১৯৭৬
পূৰ্ণকান্ত কলিতা
হেম হাজৰিকা
১৯৭৮
পূৰ্ণকান্ত কলিতা
হেম হাজৰিকা
১৯৭৯
ভোলা বৰুৱা
তিলেশ্বৰ হাজৰিকা
১৯৮০
চুচেন কলিতা
তিলক মহন্ত
১৯৮১
ডিম্বেশ্বৰ শ‍ইকীয়া
তিলক মহন্ত
১৯৮২
নোমল শ‍ইকীয়া
মহেন্দ্ৰ বৰমুদৈ
১৯৮৫
দেবেন বৰুৱা
বসন্ত কুমাৰ গগৈ, অৰূপ শ‍ইকীয়া
১৯৮৬
ভূপেন বৰুৱা
মহেন্দ্ৰ বৰমুদৈ
১৯৮৭
বসন্ত কুমাৰ গগৈ
মহেন্দ্ৰ বৰমুদৈ, বসন্ত শ‍ইকীয়া
১৯৮৮
বসন্ত কুমাৰ গগৈ
মহেন্দ্ৰ বৰমুদৈ, বসন্ত শ‍ইকীয়া
১৯৮৯
বসন্ত কুমাৰ গগৈ
দিলীপ বৰুৱা
১৯৯০
বসন্ত কুমাৰ গগৈ
দিলীপ বৰুৱা, প্ৰফুল্ল শ‍ইকীয়া
১৯৯১
প্ৰফুল্ল শ‍ইকীয়া
দিলীপ শ‍ইকীয়া
১৯৯২
মুৰলী হাজৰিকা
অৰূপ কুমাৰ শ‍ইকীয়া
১৯৯৩
মনিন্দ্ৰ বৰমুদৈ
জগত বৰা
১৯৯৪
ডিম্বেশ্বৰ শ‍ইকীয়া
বসন্ত শ‍ইকীয়া, পুষ্প বৰা
১৯৯৫
বংশী বৰা
দিলীপ বৰুৱা
১৯৯৬
ডিম্বেশ্বৰ গগৈ
মহেন্দ্ৰ মুদৈ, শৈলেন শ‍ইকীয়া
১৯৯৭
ভূপেন হাজৰিকা
অনুজ কুমাৰ শ‍ইকীয়া
১৯৯৮
ভূপেন হাজৰিকা
অনুজ কুমাৰ শ‍ইকীয়া, মহেশ বৰা
১৯৯৯
ভূপেন হাজৰিকা
পূণ্য বৰা
২০০০
পদ্ম হাজৰিকা
পুষ্প বৰা
২০০১
ভূপেন হাজৰিকা
পুষ্প বৰা
২০০২
ডিম্বেশ্বৰ গগৈ
সঞ্জীৱ বৰমুদৈ, নিপন ভূঞা
২০০৩
ডিম্বেশ্বৰ গগৈ
সঞ্জীৱ বৰমুদৈ, নিপন ভূঞা
২০০৪
পেলন বৰমুদৈ
জগত বৰা
২০০৫
পেলন বৰমুদৈ
জগত বৰা
২০০৬
পেলন বৰমুদৈ
জগত বৰা
২০০৭
মুহিৰাম বৰকাকতী
পুষ্প বৰা, দিলীপ বৰুৱা
২০০৮
মুহিৰাম বৰকাকতী
পুষ্প বৰা, দিলীপ বৰুৱা
২০০৯
মুহিৰাম বৰকাকতী
পুষ্প বৰা, দিলীপ বৰুৱা
২০১০
মুহিৰাম বৰকাকতী
পুষ্প বৰা, দিলীপ বৰুৱা
২০১১
মুহিৰাম বৰকাকতী
উৎপল বৰকাকতী, ৰূপক শ‍ইকীয়া
২০১২
মুহিৰাম বৰকাকতী
পুষ্প বৰা
২০১৩
মুহিৰাম বৰকাকতী
পুষ্প বৰা
২০১৪
মুহিৰাম বৰকাকতী
পুষ্প বৰা
২০১৫
মুহিৰাম বৰকাকতী
পুষ্প বৰা
২০১৬
মুহিৰাম বৰকাকতী
পুষ্প বৰা
২০১৭
মুহিৰাম বৰকাকতী
পুষ্প বৰা
২০১৮
পদ্ম হাজৰিকা
মৃণাল গোস্বামী, পুষ্প বৰা
২০১৯
মহেন্দ্ৰ বৰমুদৈ
উৎপল বৰকাকতী, ৰূপম বৰা
২০২০
মহেন্দ্ৰ বৰমুদৈ
উৎপল বৰকাকতী, ৰূপম বৰা
২০২১
মহেন্দ্ৰ বৰমুদৈ
উৎপল বৰকাকতী, ৰূপম বৰা
২০২২
বংশী ভড়ালী
সঞ্জীৱ বৰমুদৈ, অপূৰ্ব শৰ্মা
২০২৩
বংশী ভড়ালী
সঞ্জীৱ বৰমুদৈ, অপূৰ্ব শৰ্মা
২০২৪
ৰমেন বৰা
বিষ্ণু বৰুৱা, সঞ্জীৱ বৰমুদৈ
২০২৫
ৰমেন বৰা
বিষ্ণু বৰুৱা, সঞ্জীৱ বৰমুদৈ