অমৰ জীৱ: জেলিফিচ্ ‘টুৰিটপ্চিচ্ ড’ৰ্নি’ (Turritopsis dohrnii)
জীৱৰ বাবে অমৰত্ব লাভ সম্ভৱনে? অথবা প্ৰাণীয়ে বৃদ্ধ কালত চিৰন্তনৰূপে ভূগি অহা জৰাৱস্থাৰ পৰা মুক্তি পোৱাৰ কিবা উপায় আছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বিশ্বৰ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু...